1/30
Looks like no tags are added yet.
Name | Mastery | Learn | Test | Matching | Spaced | Call with Kai |
|---|
No analytics yet
Send a link to your students to track their progress
And
আৰু(ও), তথা (Formal)
But
কিন্তু(ও), তথাপি (Formal)
(Al)though, Yet, Still, Even if/though
তথাপিও, যদিও, তেও
Because
কাৰণ
So
সেয়ে, তাৰ ফলত
That
যে
(Just) as (X), (Y), In the same way (X), (Y)
যেনে (X), তেনে (Y)
As well as
আৰু লগতে, আৰুও
Or
(অথ)বা, নে
Neither (X) nor (Y)
(X) আৰু (Y) কোনোটোৱেই নহয়
If (X) then (Y)
যদি (X), তেন্তে (Y)
After, Then
পিছত, তেতিয়া, তাৰ পিছত
Until, As long as (X), (Y)
যেতিয়ালৈকে (X), তেতিয়ালৈকে (Y)
As far as (X), (Y)
যিমান (X), তিমান (Y)
As far as (X) is concerned, (Y)
যেতিয়ালৈকে (X)-ৰ কথা, তেতিয়ালৈকে (Y)
As if, As though
যেনে (যেনেকৈ), যেন
As soon as (X)
(X)ৰ লগে লগে
Once
এবাৰ
Rather than, Instead of
(ৰ) পৰিৱৰ্তে, (ৰ) সলনি
So that
যাতে
Whereas
কিন্তু, আনহাতে
Otherwise
নতুবা, নহ’লে
Also, As well
ও, আৰু, লগতে
When
যেতিয়া (X), তেতিয়া (Y)
Where
য’ত (X), ত’ত (Y)
Who
যি (X), সেই (Y)
Whoever
যি কোনো
Whatever
যি কথা, যি কোনো বস্তু
Wherever
য’ত য’ত (X), ত’ত (Y)
Whenever
যেতিয়া যেতিয়া (X), তেতিয়া (Y)
While (X)ing
(X)ৰ সময়ত